Breaking

গেলেকীত ONGCৰ উচ্ছেদৰ বিৰুদ্ধে সৰৱ কেইবাটাও পৰিয়াল, অঞ্চলজুৰি উত্তেজনা অব্যাহত

0 552

গেলেকীত ONGCৰ উচ্ছেদৰ বিৰুদ্ধে সৰৱ কেইবাটাও পৰিয়াল, অঞ্চলজুৰি উত্তেজনা অব্যাহত
শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকী চাৰিআলি সমীপত থকা এটা ONGCৰ তেল খাদৰ মাটিত প্ৰায় ৩০/৪০ বছৰ ধৰি অবৈধ ভাৱে দখল কৰি অহা পৰিয়াল সমূহত প্ৰশাসনৰ বুলডজাৰ


উচ্ছেদৰ জাননী অমান্য অবৈধ ভাৱে দখল কৰি অহা পৰিয়াল সমূহৰ
বৰ্তমান সময়ত ONGCয়ে পুনৰ এই তেল খাদ সমূহত উৎপাদন আৰু আহৰণৰ কাম আৰম্ভ কৰিবলৈ লোৱাত তথা প্ৰশাসনে চলোৱা বুলডজাৰত এই পৰিয়াল কেইটাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে

Leave A Reply