Breaking

বকোৰ ৰঙাপানীত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা…

0 29

বকোৰ ৰঙাপানীত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা

উত্তেজিত ৰাইজে ভাঙিলে দুৰ্ঘটনা সংঘটিত কৰা Kwid বাহন।

এগৰাকী বৃদ্ধাক খুন্দিয়াই পলায়নৰ চেষ্টা As01Dk 9664 নম্বৰৰ KWID বাহনৰ।

গুৰুতৰ ভাৱে আহত বৃ্দ্ধা স্বৰভানু নেছাক(৭৫) সোনতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি।

দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ সৈতে
অহা আনখন As01Ez 6999 নম্বৰৰ বাহন খেদি খেদি প্ৰায় ১০ কিঃমিঃ দূৰত গৈ ধৰিলে ৰাইজে।

দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ পৰা পলায়ন চালক।দুৰ্ঘটনা সংঘটিত কৰা বাহনত উদ্ধাৰ সুৰাৰ বটল।

ঘটনাস্থলীত উপস্থিত আৰক্ষী। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপোৰ্টঃ

Leave A Reply