Breaking

নদুৱাৰ সমষ্টিৰ পাঁচমাইলৰ ২১৬ নং ভোট কেন্দ্রত উত্তেজনা…

0 17




নদুৱাৰ সমষ্টিৰ পাঁচমাইলৰ ২১৬ নং ভোট কেন্দ্রত উত্তেজনা
কংগ্রেছক ভোেট দিবলৈ প্ৰৰোচিত কৰাক লৈ উত্তপ্ত পৰিস্থিতি


কংগ্রেছক ভোট দিবলৈ দুজন কংগ্ৰেছীৰ
প্ৰৰোচনা


বহু সময় ধৰি ভোট কেন্দ্রটোত বন্ধ হৈ পৰে ভোটদান
ভোটাৰৰ অভিযোগৰ ভিত্তিত দুয়োজনকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

Leave A Reply