নগৰবেৰা-গুমি সংযোগী মাথাউৰিত ভয়ঙ্কৰ খহনীয়া ! মন্ত্ৰী পীযুজ হাজৰিকাই মুকুলি কৰা নম্বৰত যোগাযোগ

নগৰবেৰা-গুমি সংযোগী মাথাউৰিত ভয়ঙ্কৰ খহনীয়া

আতংকিত হৈ পৰিছে নগৰবেৰাৰ বৃহত্তৰ টুপামাৰী বাসী

মন্ত্ৰী পীয়ুজ হাজৰিকাই মুকুলি কৰা নম্বৰত যোগাযোগ কৰাৰ অলপ পিছতেই তৎপৰ হৈ পৰিল বিভাগীয় কতৃপক্ষ

যোগাযোগৰ আধাঘন্টা পিছতেই বিভাগীয় কৰ্তৃপক্ষৰ লোক উপস্থিত হয় ঘটনাস্থলীত আৰু আৰাম্ভ কৰে মেৰামতিৰ কাম

আজি দিনৰ ভিতৰত এই মাথাউৰিৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে যিকোনো মূহুৰ্ত্ততে অঘটন ঘটাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে ৰাইজে

বিভাগীয় কতৃপক্ষৰ তৎপৰতা দেখি সংবাদ মাধ্যমৰ জৰিয়তে মন্ত্ৰী পীযূষ হাজৰিকাক ধন্যবাদ জনালে ৰাইজে

Related Articles