October 21, 2023 বৰপেটাৰ ভৱানীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ! তীব্ৰবেগী বাহনে মহটিয়াই নিলে এজন লোকক… Share FacebookTwitterWhatsAppTelegramKooEmail বৰপেটাৰ ভৱানীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনে মহটিয়াই নিলে এজন লোকক। থিতাতে নিহত মাহতলিৰ হৃদয় দাস নামৰ লোকজন। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ কৰ্মচাৰী আছিল হৃদয় দাস। পথ অতিক্ৰম কৰিবলৈ লওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা। All reactions: Author: দৈনন্দিন বাৰ্তা Related Articles পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah দৈনন্দিন বাৰ্তা - July 2, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026