May 19, 2022 মৰিগাঁৱৰ বেতনিত ভয়ানক পথ দূৰ্ঘটনা Share FacebookTwitterWhatsAppTelegramKooEmail বৃহস্পতি বাৰে মৰিগাঁৱৰ বেতনিত ভয়ানক পথ দূৰ্ঘটনা। বাইকৰ খুণ্ডাত থিতাতে নিহত এগৰাকী মহিলা । বৰপথাৰ গাঁৱৰ নিহত মহিলা গৰাকীৰ নাম আয়েছা ( ৪০) ছাত্তাৰ আলী নামৰ লোক জনে ঘটনা সংঘটিত কৰি বাইক সহ পলায়ন কৰে। Author: দৈনন্দিন বাৰ্তা Related Articles অৰুণাচল সীমান্তত চীনৰ অনুপ্ৰৱেশ অব্যাহতঃ স্থায়ী ঘাটি স্থাপন, স্থানীয় জনজাতীয় লোকৰ প্ৰৱেশত বাধা দৈনন্দিন বাৰ্তা - June 30, 2026 অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰত ঘোষণাসমূহ অসমীয়া ভাষাতো কৰাৰ আহ্বান দৈনন্দিন বাৰ্তা - June 30, 2026 Assam CEEত পুনৰ উজলিল ডিব্ৰুগড়ৰ ৰাধাকৃষ্ণন স্কুল, ৰাজ্যৰ প্ৰথম স্থান দখল সমীৰণ হাজৰিকাৰ দৈনন্দিন বাৰ্তা - June 30, 2026