Breaking

মণিপুৰত অসম ৰাইফলছৰ ওপৰত ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ

0 2,015

মণিপুৰত অসম ৰাইফলছৰ ওপৰত ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ মণিপুৰৰ চুৰাচাংপুৰত সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে । নিহত হৈছে ৭ গৰাকী লোকৰ । কমাণ্ডিং বিযয়া বিপ্লৱ ত্ৰিপাঠীৰ লগতে নিহত হৈছে চাৰিগৰাকী অসম ৰাইফলছৰ জোৱানৰ । ভয়ংকৰ আক্ৰমণটোত নিহত হৈছে বিপ্লৱ ত্ৰিপাঠী সহিতে তেওঁ‌ৰ পত্নী আৰু পুত্ৰই ।

Leave A Reply