Breaking

মেঘালয়ৰ নংলাং পাৰচুঙত ডকাইতে হত্যা কৰিলে থাৰচেং চাংমা নামৰ শিক্ষকক…

0 32

মেঘালয়ৰ নংলাং পাৰচুঙত হত্যাকাণ্ড

মেঘালয়ৰ নংলাং পাৰচুঙত ভয়ংকৰ ঘটনা
ডকাইতে হত্যা কৰিলে থাৰচেং চাংমা নামৰ শিক্ষকক


ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত আন এগৰাকী শিক্ষক
আহত বকোৰ শিক্ষক সূর্যকুমাৰ ছেত্ৰী
বাইকেৰে নংট্ৰেইনৰ পৰা ওভতাৰ পথতে ডকাইতৰ আক্রমণ


বিদ্যালয়ৰ কামত নংস্ট্রেইনলৈ গৈছিল শিক্ষক দুগৰাকী
নিহত থাৰচেং চাংমা ৰাংছাপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক

Leave A Reply