Breaking

হাঠিনাপুৰ আঞ্চলিক শাখা সাহিত্যৰ সভাৰ বৰ্ষপূতি অনুষ্ঠান…

0 43

আজি হাঠিনাপুৰ আঞ্চলিক শাখা সাহিত্যৰ সভাৰ বৰ্ষপুতি অনুষ্ঠান অনুষ্ঠীত কৰা হয়। অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে গছপুলি ৰোপন আৰু অনুষ্ঠানৰ লগত সংগতি ৰাখি হাতেলিখা আলোচনী ‘শাৰদিকা’ উন্মোচন কৰে।

স্থানীয় বিভিন্ন গণ্য-মান্য ব্যক্তি তথা কবি, সাহিত্যিক উপস্থিত থাকি অনুষ্ঠানটো জীপাল কৰি তোলাৰ লগতে অনাগত সময়ত প্ৰতিজন সদস্যই স্বচ্ছ আৰু সু-পৰিকল্পনাৰে শাখা সাহিত্য সভাখন আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰে।

Leave A Reply