আজি 15 তম অসম বিধান সভাৰ বাজেট অধিৱেশন । সদনত উত্থাপন হ’ল ‘দ্য আছাম হিলিং (প্ৰিভেনশ্যন) প্ৰেক্টিছ’ বিল।

এই বিধেয়ক আইনলৈ ৰূপান্তৰিত হ’লে অপৰাধ হিচাপে গণ্য হ’ব বেজ-বেজালি।

আইন উলংঘা কৰিলেই ১ লাখ টকাৰ জৰিমনাসহ ৫ বছৰৰ কাৰাদণ্ড।