Breaking

চৰাইদেউ জিলাৰ মথুৰাপুৰৰ বৃহত্তৰ অঞ্চলটো বানে সৃষ্টি কৰিছে জটিল পৰিস্থিতি…

0 31

ৰাজ্যত পুনৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে বানপানী। চৰাইদেউ জিলাৰ মথুৰাপুৰৰ বৃহত্তৰ অঞ্চলটো বানে সৃষ্টি কৰিছে জটিল পৰিস্থিতি।

মঙ্গলবাৰে নিশা অহা এজাক বৰষুণতে মথুৰাপুৰৰ বৃহত্তৰ অঞ্চল বানক কবলত পৰা পৰিলক্ষিত হৈছে।

নিশাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ ফলত এফালৰ পৰা বুৰিছে মথুৰাপুৰৰ বাট-পথকে ধৰি বিস্তৃত এলেকাৰ কৃষিভূমি ৷

Leave A Reply