BCCI য়ে জুন মাহৰ শেষৰফালে গৌতম গম্ভীৰক মুখ্য প্ৰশীক্ষক হিচাপে ঘোষণা কৰিব…

BCCI য়ে জুন মাহৰ শেষৰফালে গৌতম গম্ভীৰক মুখ্য প্ৰশীক্ষক হিচাপে ঘোষণা কৰিব।

বৰ্তমানৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে আইচিচি টি-২০ বিশ্বকাপ ২০২৪ ৰ পিছত এই পদ ত্যাগ কৰিব।

গৌতম গম্ভীৰে ভাৰতীয় দলৰ প্ৰশিক্ষক হ’বলৈ ইতিমধ্যে সন্মতি প্ৰদান কৰিছে।ৰাহুল দ্ৰাবিড়ে।

২০২১ চনত টি-২০ বিশ্বকাপৰ পিছত দলটোত যোগদান কৰিছিল।

Related Articles