Breaking

বড়ো ভাষাৰ বোলছবি ”বাইগ্লিনাই ছিমাঙৰ” শুভ মূহুৰত ! মাল্যাৰ্পণ কৰিলে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে…

0 79

বড়ো ভাষাৰ বোলছবি ” বাইগ্লিনাই ছিমাঙৰ শুভ মূহুৰত

কেমেৰাত মাল্যাৰ্পণ কৰিলে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে।

যুৱ নাট্য কাৰ ,পৰিচালক,অভিনেতা অভিজিৎ দাস দেউৰীৰ পৰিচালনাত বড়ো ভাষাৰ এখন বোলছবি নিৰ্মাণ হবলৈ গৈ আছে। বোল ছবি খনৰ নাম। ” বাইগ্লিনাই ছিমাং ” ( বিচ্ছিন্ন সপোন )

মঙ্গল বাৰে ৰঙিয়াৰ নিকটৱৰ্তী কেকোহাটী গাৱৰ বাথৌ থানচালিত এক গাম্ভীৰ্যপূৰ্ণ আৰু আধ্যাত্মিক পৰিৱেশত শুভ মূহুৰত অনুষ্ঠান টি সম্পূৰ্ণ কৰা হয়।

প্ৰথমে বাথৌ থানচালিত পূজাৰ্চনা কৰি মূল অনুষ্ঠানটো আৰম্ভ কৰা হয়। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োই কেমেৰাত মাল্যাৰ্পণ কৰাৰ পিছত বড়ো কছাৰী অটোনমাছ কাউঞ্চিলৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য প্ৰণৱ কুমাৰ বড়োই।

ছিফুং স্বৰগম ষ্টুডিঅ’ কাম হাৰিমু আফাদৰ বেনাৰত বোলছবি খনৰ প্ৰযোজনা কুহিৰাম বড়োৰ। বোলছবি খনৰ কাহিনী, চিত্ৰনাট্য পৰিচালক অভিজিৎ দাহ দেউৰীৰ।###

তামুলপুৰৰ পৰা প্ৰসাদ দাস,৬ ছেপ্টেম্বৰ

Leave A Reply