September 5, 2023 পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ মাইকী গঁড়ৰ মৃতদেহ Share FacebookTwitterWhatsAppTelegramKooEmail পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ মাইকী গঁড়ৰ মৃতদেহ। বানত ডুবি মৃত্যুমুখত পৰাৰ সন্দেহ গঁড়টো। অক্ষত অৱস্থাত আছে খৰ্গটো। ইতিমধ্যে পবিতৰাৰ বন বিভাগে উদ্ধাৰ কাৰ্য চলাইছে ৷ Author: দৈনন্দিন বাৰ্তা Related Articles ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা ড° বিপুল দাসক সম্বৰ্ধনা জ্ঞাপন দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক তথা দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক... দৈনন্দিন বাৰ্তা - June 19, 2026 ২৪ জুনলৈ উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা দৈনন্দিন বাৰ্তা - June 19, 2026 প্ৰতিবাদধ্বনিত পুনৰ প্ৰাণ পালে জুবিন গাৰ্গৰ মচি পেলোৱা ছবিয়ে দৈনন্দিন বাৰ্তা - June 19, 2026