Breaking

ডিব্ৰুগড়ৰ কছাৰী ঘাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

0 85

ডিব্ৰুগড়ৰ কছাৰী(পূজা )ঘাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ।

উক্ত মৃতদেহটো চন্তোশ নামৰ এজন ব্যক্তিয়ে কৰ্ম স্থলিৰ পৰা নিজ গৃহলৈ বুলি গৈ থকোতে প্ৰত্যক্ষ কৰি মৃতদেহটো পাৰলৈ লৈ আহি আৰক্ষী প্ৰশাসনক খবৰ দিয়ে।

বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি নৱজাতকৰ মৃতদেহতো মৰোন্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ অৰে।

Leave A Reply