Breaking

মায়ঙৰ কচাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ-ঘাটত অচিনাকী যুৱকৰ মৃতদেহ উদ্ধাৰ…

0 70

মায়ঙৰ কচাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ-ঘাটত অচিনাকী যুৱকৰ মৃতদেহ উদ্ধাৰ । মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত বৰবড়ী কচাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ-ঘাটত অচিনাকী যুৱকৰ মৃতদেহ উদ্ধাৰ ।


জানিব পৰা মতে আজি বিয়লি আনুমানিক ২.বজাত মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৰে পানীৰ লৈতে এটি অচিনাকী মৃত্যু গতী কৰা স্থানীয় ৰাইজৰ দৃষ্টি আকৰ্ষণ হয় ।

লগে লগে স্থানীয় ৰাইজে মায়ং আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল আহি উদ্ধাৰ অভিযান আৰম্ভ কৰে। এতিয়ালৈকে যুৱকৰ মৃতদেহ চিনাকি হোৱা নাই।‌ আৰক্ষীৰ তদন্তত হে প্ৰকৃত উদ্ঘাটন হ’ব।

Leave A Reply