Breaking

মাকুমৰ কলাবাৰী মছজিদৰ ইমামৰ নৃশংস হত্যাকাৰী আৰক্ষীৰ জালত ঘাতক ইব্ৰাহিম আহমেদ…

0 108

প্ৰসংগ : মাকুমৰ কলাবাৰী মছজিদত নৃশংস হত্যাকাণ্ড।

আৰক্ষীৰ জালত ঘাতক ইব্ৰাহিম আহমেদ। আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত দা আৰু পোছাক।

কলাবাৰীৰ ভিছন চাহ উদ্যোগৰ সমীপৰ বাসিন্দা ইব্ৰাহিম। পোছাক সলনি কৰি হত্যাকাণ্ড সংঘটিত কৰিছিল ইব্ৰাহিমে।

Leave A Reply