Breaking

উত্তৰ গুৱাহাটীত নৃশংস হত্যাকাণ্ড…

0 8,881

স্বামীৰ দাৰ ঘাপত মৃত্যু পত্নীৰ।


উত্তৰ গুৱাহাটীত নৃশংস হত্যাকাণ্ড।

মোহন বৰ্মনে ঘপিয়াই হত্যা কৰিলে অনুপা বৰ্মনক।

হত্যাকাৰী মোহন বৰ্মনক আটক আৰক্ষীৰ।


উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সমীপত এই ঘটনা।


মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সমীপত ভাৰাতীয়া হিচাপে আছিল পৰিয়ালটো।

Leave A Reply