Breaking

আজি অনুষ্ঠিত হয় বিটিচিৰ ২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহন

0 1,060

আজি অনুষ্ঠিত হৈছে বিটিচিৰ ২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহন৷ কটকটীয়া নিৰাপত্তাৰ সুকলমে ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈ আছে।সমষ্টিটোত 10. 30 বজালৈকে 12% ভোটদান হয়। আজি অনুষ্ঠিত হৈছে বিটিচিৰ ২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহন ৷ কটকটীয়া নিৰাপত্তাৰ মাজেৰে সুকলমে ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈ আছে।

সমষ্টিটোত 10. 30 বজালৈকে 12% ভোটদান হয়।

Leave A Reply