Breaking

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰীৰ…

0 22

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আশানুৰূপ ফলাফল লাভ নকৰা পৰীক্ষাৰ্থীক ন উদ্যমেৰে আগুৱাই যোৱাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।

কলা শাখাত শীৰ্ষত জিলিকিল বাক্সা জিলা

উত্তীৰ্ণৰ হাৰ ৯৭.৪৪%

কলা শাখাত দ্বিতীয় স্থানত নলবাৰী জিলা

উত্তীৰ্ণৰ হাৰ ৯৭.০৩%

কলা শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত দৰং জিলা

উত্তীৰ্ণৰ হাৰ ৯৬.৫৯%

বিজ্ঞান শাখাত শীৰ্ষত জিলিকিল তামুলপুৰ জিলা

উত্তীৰ্ণৰ হাৰ ৯৭.৯৮ শতাংশ

বিজ্ঞান শাখাত দ্বিতীয় স্থানত শিৱসাগৰ জিলা

উত্তীৰ্ণৰ হাৰ ৯৭.৬০ শতাংশ

বিজ্ঞান শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত বাক্সা জিলা

উত্তীৰ্ণৰ হাৰ ৯৫.৮৬ শতাংশ

Leave A Reply