Breaking

হাফলঙত ১০ কোটি টকা ব্যয়েৰে নিৰ্মিত ‘থলুৱা সামূহিক সাংস্কৃতিক অনুশীলন কেন্দ্ৰ’ৰ শুভ উন্মোচন মুখ্যমন্ত্ৰীৰ

0 50

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে হাফলঙত প্ৰায় ১০ কোটি টকা ব্যয়েৰে নিৰ্মিত “থলুৱা সামূহিক সাংস্কৃতিক অনুশীলন কেন্দ্ৰ”ৰ শুভ উন্মোচন কৰে।

এই কেন্দ্ৰত স্থানীয় কাৰুশিল্পী আৰু আত্মসহায়ক গোট সমূহে সামগ্ৰী প্ৰদৰ্শনৰ লগতে স্থানীয় উৎপাদিত সামগ্ৰী সমূহ বিক্ৰী কৰাৰ সুবিধা লাভ কৰিব।

Leave A Reply