Breaking

আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু CM ভিজিলেন্সৰ…

0 29

আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু CM ভিজিলেন্সৰ । আয়-বহিৰ্ভূত সম্পত্তিক লৈ ২/২৪ নম্বৰত ৰুজু গোচৰ ।

২০২২-২৩ বর্ষতে আৰম্ভ হৈছিল গোচৰৰ তদন্ত । সম্পত্তিৰ দীঘলীয়া তালিকা প্ৰস্তুত CM ভিজিলেন্সৰ।

ইতিপূৰ্বে সুন্দৰপুৰৰ নিৰ্ভানা এপাৰ্টমেণ্টতো চলিছিল অভিযান। বেলতলা, ভেটাপাৰাতো বিশাল মাটি-সম্পত্তি আছে কলিতাৰ।

Leave A Reply