Breaking

চতিয়াৰ পথ দুৰ্ঘটনাত নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীৰ চিনাক্ত…

0 19

চতিয়া আৰক্ষীয়ে চলোৱা অভিযানৰ অন্তত উদ্ধাৰ হ’ল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকত সোমাই থকা চালকৰ মৃতদেহ।নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘিলাধাৰী নৈৰ ওপৰত টি কে ইঞ্জিনীয়াৰিঙৰ দ্বাৰা নিৰ্মীয়মাণ

দলঙত খুন্দা মাৰিছিল AS-01-GC-1779 নম্বৰৰ মালবাহী ট্ৰাকখনে ৷ থিতাতে নিহত হৈছিল ট্ৰাক চালকজন ৷

Leave A Reply