Breaking

অন্ত পৰিল বৰ্তমানৰ মুখ্য সচিব পৱন বৰঠাকুৰৰ বৰ্ধিত কাৰ্যকাল !আজি দায়িত্ব ল’ব নতুন মুখ্য সচিব ড০ ৰবি কোটাই…

0 12

আজি দায়িত্ব ল’ব নতুন মুখ্য সচিব ড০ ৰবি কোটাই।

অন্ত পৰিল বৰ্তমানৰ মুখ্য সচিব পৱন বৰঠাকুৰৰ বৰ্ধিত কাৰ্যকাল। ৰাজ্যৰ বিত্ত, উদ্যোগ, বাণিজ্য খণ্ডৰ অতিৰিক্ত মুখ্য সচিব আছিল ৰবি কোটা।

ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰো অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছিল তেওঁ।

Leave A Reply