Breaking

বন্ধ কৰি দিয়া হ’ল আমিনুল ইছলামৰ ফেচবুক পেজ

0 2,127

বন্ধ হ’ল AIUDFৰ নেতা আমিনুল ইছলামৰ ফেচবুক পেজ ।

ফেচবুক কৰ্তৃপক্ষই বন্ধ কৰিলে নেতাগৰাকীৰ ৩টাকৈ ফেচবুক পেজ ।

ফেচবুক পেজ বন্ধ হোৱাত সৰৱ আমিনুল ইছলাম ।

বিষয়টোক লৈ উদ্বেগ প্ৰকাশ AIUDFৰ ।

BJPৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ নেতাগৰাকীৰ ।

ফেচবুক কৰ্তৃপক্ষক কাৰণ দৰ্শোৱাৰ জাননী আমিনুল ইছলামৰ ।

অন্যথা ন্যায়ালয়ৰ কাষ চাপিব আমিনুল ইছলাম ।

Leave A Reply