Breaking

দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন। মুম্বাইত ভোটাধিকাৰ সাব্যস্ত অক্ষয় কুমাৰ, জাহ্নৱী কাপুৰ; ৰাজকুমাৰ ৰাওৰ…

0 60

আজি দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন।

মুম্বাইত ভোটাধিকাৰ সাব্যস্ত কৰিলে অক্ষয় কুমাৰ, জাহ্নৱী কাপুৰ; ৰাজকুমাৰ ৰাওৰে।

পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত মুম্বাইত ভোটদানৰ বাবে ওলাই আহিল বলীউডৰ কেইবাগৰাকীও তাৰকা।

পূজা ভাটেও ইনষ্টাগ্ৰামত পিতৃ মহেশ ভাটৰ সৈতে ভোটদান কৰাৰ পিছত এখন ছবি শ্বেয়াৰ কৰে।

তাৰকা, সাধাৰণ ৰাইজ সকলো ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ।

Leave A Reply