মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন নতুন চৰকাৰখনৰ প্রথমখন বাজেট অধিৱেশন অহা ১২ জুলাইৰ পৰা আৰম্ভ হ’ব৷ মঙলবাৰে অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে এক প্রস্তাৱযোগে সেই পৰামর্শ আগবঢ়ায়৷স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰি কয় যে বাজেট অধিৱেশনখন ২৫ দিন মান চলাৰ সম্ভাৱনা আছে৷ অৱশ্যে এই বিষয়ে বিধানসভা কর্তৃপক্ষ আৰু বিধানসভাৰ কার্য উপদেষ্টা পৰিষদে চূড়ান্ত কৰিব৷ এই সম্পর্কত তেওঁ কয় যে সদনত বাজেট দাখিলৰ পিছত ১০ দিন মান সময় বাজেটখনক লৈ বিধানসভাৰ বিভিন্ন বিভাগৰ ষ্টেণ্ডিং কমিটীৰ আলোচনা চলে৷ সেয়ে স্বাভাৱিকতে বাজেট অধিৱেশনত কর্মদিনৰ সংখ্যা বৃদ্ধি পায়৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গ্ৰীষ্মকালত এই ছুপাৰফুডসমূহ আপোনাৰ দৈনন্দিন খাদ্যত অন্তৰ্ভুক্ত কৰক, গৰমত ঠাণ্ডা হৈ থাকিব শৰীৰ…
- আজি দেশত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। অসমৰ ৫ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ…
- মুকবধিৰ আৰু শ্ৰৱণশক্তি ৰহিত ধৃতি কংকনা সাফল্য
- ৰিণিকী ভূঞা শৰ্মাৰ উপস্থিতিত বৃহত্তৰ আজাৰা অঞ্চলত এক হাজাৰৰো অধিক মুছলমান লোকৰ বিজেপিত যোগদান
- ঢাকাত উন্মোচন ড° ৰীতা চৌধুৰীৰ “Zero Hour” উপন্যাস
- দৈ-কিচমিচ খালে পাচনতন্ত্ৰৰ সমস্যা কমে! কৰীনাৰ পুষ্টি বিশেষজ্ঞই ক’লে দৈ-কিচমিচৰ উপকাৰিতাৰ বিষয়ে…
- অটো-ব্ৰুৱেৰী চিণ্ড্ৰোমঃ বেলজিয়ামৰ এজন লোকৰ দেহত নিজে নিজে উৎপাদন হয় সুৰা!
- ‘হেল্থ ড্ৰিংক’ৰ লেবেল আঁতৰোৱা হৰলিক্সৰ পৰা…
- অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ, ২৬ এপ্ৰিলত অসমৰ ৫ সমষ্টিত নিৰ্ণয় হ’ব ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য…
- ২০০তকৈও অধিক ভূমিকম্পই জোকাৰিলে টাইৱানক…