নৱনিৰ্মিত নীলাচল উৰণসেতুত সংঘটিত হৈছে প্ৰথমটো পথ দুৰ্ঘটনা…

নৱনিৰ্মিত নীলাচল উৰণসেতুত সংঘটিত হৈছে প্ৰথমটো পথ দুৰ্ঘটনা।

ট্রাকে খুন্দিয়ালে GMCৰ চাফাই কৰ্মীৰ ঠেলাগাড়ী।দুৰ্ঘটনাৰ ফলত সামান্য পৰিমাণে এগৰাকী চাফাই কৰ্মী আঘাতপ্রাপ্ত হয়।

ঘটনাস্থলীত জালুকবাৰী যান-বাহন আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা ট্রাকখন জব্দ কৰিছে।

Related Articles