উজনিৰ বানাক্ৰান্ত কাষত ‘দ্য গ্ৰেট খালি’
বানপীড়িতক সহায়ৰ উদ্দেশ্যে উজনিত গ্ৰেট খালি।
আয়ান ফাউণ্ডেশ্যন, দীপলীনা ডেকা ফাউণ্ডেশ্যনৰ উদ্যোগত সাহায্য বিতৰণ গ্ৰেট খালিৰ।
‘সংকটৰ সময়ত অসহায় লোকৰ কাষত থিয় দিয়াটো প্ৰতিগৰাকী মানুহৰে দায়িত্ব’
‘বিশ্বৰ প্ৰতিগৰাকী নাগৰিকে থিয় দিয়ক শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত’
পানীবিং কৈৱৰ্ত গাঁৱৰ বানপীড়িতৰ কাষত থিয় হৈ এই মন্তব্য কৰে দ্য গ্ৰেট খালিয়ে।

