December 19, 2023 গোলাঘাটৰ বৰপথাৰৰ ওপৰলাংঠা গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড… Share FacebookTwitterWhatsAppTelegramKooEmail গোলাঘাটৰ বৰপথাৰত লোমহৰ্ষক হত্যাকাণ্ড৷ ৪ বছৰীয়া সন্তানক ভৰিৰে গচকি গচকি হত্যা পিতৃৰ ৷ বৰপথাৰৰ ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ হত্যা কৰি বাসগৃহৰ চৌহদত মৃতদেহ পোতাৰ চেষ্টা কৰিছিল প্ৰশান্ত হাওৱে৷ Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026