Breaking

পুনৰ উৎকট গৰমে দহিব মহানগৰবাসীক ! সৰ্বোচ্চ তাপমাত্ৰা হ’ব ৩৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত…

0 61

পুনৰ উৎকট গৰমে দহিব মহানগৰবাসীক !

আজি দিনটোত গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা হ’ব ৩৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত।

প্ৰায় এসপ্তাহলৈকে অব্যহত থাকিব গৰম। অৱশ্যে আংশিকভাৱে বতৰ ডাৱৰীয়া হোৱাৰ লগতে পাতলীয়া বৰষুণৰো সম্ভাৱনা।

Leave A Reply