তামুলপুৰত আদৰ্শ অংঙ্গনবাদী কেন্দ্ৰ শুভ উদ্ধোধন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

তামুলপুৰত আদৰ্শ অংঙ্গনবাদী কেন্দ্ৰ শুভ উদ্ধোধন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ। তামুলপুৰৰ বাৰেইগাঁওত আদৰ্শ অংঙ্গনবাদী কেন্দ্ৰটো শুভ উদ্ধোধন কৰে বিটিআৰ প্ৰধান গৰাকীয়ে।


বিটিআৰ প্ৰধান গৰাকীক সংগ দিয়ে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, এম চি এল এ হেমন্ত কুমাৰ ৰাভা, জিলা উপাযুক্ত সীমান্তত কুমাৰ দাসে। আজি এক মাংগলিক পৰিবেশত তামুলপুৰ জিলাৰ ১১ টা আদৰ্শ অংঙ্গনবাদী কেন্দ্ৰৰ শুভাৰম্ভ কৰে।

Related Articles