ভাৰতীয় ক্ৰিকেট দলটোৱে আজি পুৱা বাৰ্বাডোছৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিশেষ চাৰ্টাৰ্ড বিমানেৰে নতুন দিল্লীত উপস্থিত হয়।
নতুন দিল্লীৰ হোটেল ITC মৌৰ্যত উষ্ম আদৰণি জনাই খেলুৱৈসকলক।
টি-২০ বিশ্বকাপ জয়ৰ পিছত কেৰিবিয়ান দ্বীপত ৩ দিন অপেক্ষাৰ অন্তত ক্ৰিকেট নায়কসকলে ট্ৰফী লৈ ঘৰলৈ উভতি আহে।