Breaking

কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে এটা শিলঘৰীয়া মাছ উপহাৰ দিয়ে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

0 205

ভোগালী বিহু সমাগত৷ এই আনন্দময় মুহূৰ্তত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য প্ৰণৱজ্যোতি বৰ্মনে ৭ কিলো ওজনৰ এটা শিলঘৰীয়া মাছ, বৰা চাউলৰ পিঠা, মুড়িৰ লাড়ু, ম’হ আৰু গৰুৰ ঘিউ, দৈ উপহাৰস্বৰূপে দিয়ে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷

প্ৰণৱজ্যোতি বৰ্মনৰ লগতে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সমূহ কাৰ্যকৰ্তালৈ বিহুৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave A Reply