Breaking

২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ ! প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ৰাম মন্দিৰ…

0 111

২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ।

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব ৰাম মন্দিৰ। অনুষ্ঠানলৈ আমন্ত্ৰণ কংগ্ৰেছ নেতৃত্বক। আমন্ত্ৰণ জনোৱা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং,

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে,কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীক।

Leave A Reply