Breaking

অৱশেষত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ…

0 50

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণ। আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰী।সোমবাৰে পুৱা লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৰাহুল চেত্রীয়ে।


ঘটনা সংঘটিত হোৱা দিনৰে পৰা পলাতক অৱস্থাত আছিল ৰাহুল চেত্রী। অৱশেষত আজি পুৱাৰ ভাগত
লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৰাহুল চেত্রীয়ে।আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাহুল চেত্ৰীক।

Leave A Reply