Breaking

গুৱাহাটী মহানগৰীত নিতৌ বৃদ্ধি চিলনী চোৰৰ উপদ্ৰৱ…

0 110

গুৱাহাটী মহানগৰীত নিতৌ বৃদ্ধি চিলনী চোৰৰ উপদ্ৰৱ। যুৱকৰ পৰা ম’বাইল কাঢ়ি পলায়নৰ চেষ্টা চিলনী চোৰৰ।

খেদি খেদি ৰাইজে কৰায়ত্ত কৰে চিলনী চোৰটোক। নিশা ঘোঁৰামাৰাত সংঘটিত হয় এই ঘটনা। মাতৃৰ সৈতে

যুৱকজন ঘৰলৈ গৈ থকা অৱস্থাতে এই ঘটনা। দুচকীয়া বাহনত আহিছিল দুটা চিলনী চোৰ। চিলনী চোৰ দুটাৰ পৰা জব্দ AS 01 FJ 6566 নম্বৰৰ এখন স্কুটাৰ।

Leave A Reply