Breaking

ধুবুৰীত উপস্থিত মন্ত্ৰী ৰঞ্জিত দাস

0 1,614

ধুবুৰীত উপস্থিত হৈ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ খবৰ ললে মন্ত্ৰী গৰাকীয়ে।আশ্ৰয় শিবিৰৰ কণ কণ শিশু সকলৰ লগত কথা পাতিলে মন্ত্ৰী গৰাকীয়ে।অসমৰ বান পানীৰ সমস্যা আমি নিজে সৃষ্টি কৰা সমস্যা।অসমৰ বানপানীৰ আমি দোষী, আমাৰ শাসন ব্যৱস্থা দোষী।অসমৰ বান পানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা ঘোষণা নকৰিলেও অসমৰ সৈতে একাত্ম হৈ কাম কৰি আছে।


এদিন হলেও অসমৰ বান পানীৰ স্থায়ী সমাধান হব।গুৱাহাটী IIT যে ইতিমধ্যে অসমৰ বানপানীৰ স্থায়ী সমাধানৰ অধ্যয়ন কৰি আছে।

Leave A Reply