Breaking

ধেমাজি জিলাৰ জোনাইত টাকাম মিছিং প’ৰিন কেবাঙৰ উদ্যোগত মিছিং অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা

0 74

ধেমাজি জিলাৰ জোনাইত টাকাম মিছিং প’ৰিন কেবাঙৰ উদ্যোগত অনুষ্ঠিত হৈছে মিছিং অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা।

দৈহিক আৰু মানসিক বিকাশ সাধনৰ লগতে যুৱক-যুৱতীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে উপযুক্ত মঞ্চ প্ৰদানৰ উদ্দেশ্য মিচিং জাতীয় সংগঠন টাকাম মিছিং প’ৰিন কেবাঙে ২৫ অক্টোবৰৰ পৰা তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাইৰ পবা বনাঞ্চল প্ৰাঙ্গনত আয়োজন কৰিছে মিচিং অলিম্পিক ২০২৩।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা, ডাঃ ৰণোজ পেগু, বিধায়ক প্ৰদান বৰুৱা, ভৱেন পেগু আৰু ক্ৰীড়াবিদ হিমা দাস।

Leave A Reply