Breaking

মোদী মন্ত্ৰীসভাত স্থান লাভ সমাজৰ বিভিন্ন শ্ৰেণীৰ মন্ত্ৰীৰ…

0 20

মোদীৰ মন্ত্ৰীসভাত ২৭গৰাকী অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি), দহগৰাকী অনুসূচিত জাতি (এছচি), পাঁচগৰাকী অনুসূচিত জনজাতি (এছটি) আৰু পাঁচগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ মন্ত্ৰীৰ স্থান লাভ কৰিছে। মোদী ৩.০ মন্ত্ৰীসভাত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক প্ৰতিনিধিত্ব কৰিব পৰাকৈ মন্ত্ৰী ৰখা হৈছে। সেই মৰ্মে মোদীৰ মন্ত্ৰী পৰিষদত ২৭গৰাকী অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি), দহগৰাকী অনুসূচিত জাতি (এছচি), পাঁচগৰাকী অনুসূচিত জনজাতি (এছটি), আৰু পাঁচগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ মন্ত্ৰী ৰখা হৈছে।

ধৰি সামাজিক গোটৰ বহল প্ৰতিনিধিত্ব থাকিব। অভিলেখ ১৮ জন জ্যেষ্ঠ মন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ নেতৃত্ব দিব। দেওবাৰে ৰাষ্ট্ৰপতি ভৱনৰ লনত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ কৰোৱায়।

Leave A Reply