Breaking

বঙাইগাঁৱৰ নৱগঠিত সৃজনগ্ৰাম ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বৰ্দ্ধিত কাৰ্য্যনিৰ্বাহক সভা, নিযুক্তি পত্ৰ প্ৰদান আৰু যোগদান…

0 51

আজি সৃজনগ্ৰাম ব্লক ক্ংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আৰু যোগদান কাৰ্যসূচী। বালাৰচৰ ৰাজীৱ ভৱন প্ৰাঙ্গনত অনুষ্ঠিত হয় এই কাৰ্যসূচী। সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি, উপ সভাপতি, সাধাৰণ সম্পাদক, সম্পাদক আৰু কাৰ্য্যকৰী সদস্যসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে। উক্ত সভাত অসম গণ পৰিষদ(AGP )আৰু সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (AIUDF) ৰ পৰা প্ৰায় ২০০শ কৰ্মী কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছ দলত যোগদান কৰে। মুখ্য অতিথি হিচাবে উপস্হিত থাকে সাংসদ আব্দুল খালেক আৰু বিধায়ক আব্দুলবাতিন_খন্দকাৰ।


মাণিকপুৰৰ পৰা মফিদুল ইছলামৰ প্ৰতিবেদন

Leave A Reply