বানত প্রভাৱিত জিলাৰ সংখ্যা ৩০লৈ বৃদ্ধি পোৱাৰ লগতে ২৪ লাখৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে। ৰাজ্যখনৰ বানত এতিয়ালৈ মৃত্যুৰ সংখ্যা ৫২লৈ বৃদ্ধি

বানত প্রভাৱিত জিলাৰ সংখ্যা ৩০লৈ বৃদ্ধি পোৱাৰ লগতে ২৪ লাখৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে। ৰাজ্যখনৰ বানত এতিয়ালৈ মৃত্যুৰ সংখ্যা ৫২লৈ বৃদ্ধি।

ৰাজ্যত অব্যাহত বানৰ সংহাৰী ৰূপ! পানী কমিলেও কমা নাই বানাক্ৰান্তৰ দুৰ্দশা
ৰাজ্যত অব্যাহত বানৰ সংহাৰী ৰূপ

আজিও উন্নত হোৱা নাই ৰাজ্যৰ বান পৰিস্থিতি। নেৰানেপেৰা বৰষুণৰ ফলত বানে চলাইছে তাণ্ডৱ।লাখ লাখ বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি।

ৰাজ্যখনত বানত প্রভাৱিত জিলাৰ সংখ্যা ৩০লৈ বৃদ্ধি পোৱাৰ লগতে ২৪ লাখৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে। বানৰ ফলত পানীৰ তলত আছে ৩৫১৮খন গাঁও। বানত ক্ষতিগ্ৰস্ত ৩০খনকৈ জিলাৰ ১১২টা ৰাজহ চক্ৰ। বিনষ্ট হৈছে ৬৩ হাজাৰ হেক্টৰ কৃষিভূমিৰ শস্য । বানাক্ৰান্তৰ মাজত হৈছে খাদ্য আৰু খোৱাপানীৰ তীব্ৰ সংকট।

Related Articles