Breaking

পৰজীৱী উদ্ভিদ আকাশী লতা বা স্বৰ্ণ লতাৰ আছে বহু উপকাৰিতা…

0 184

পৰজীৱী উদ্ভিদ আকাশী লতা বা স্বৰ্ণ লতাৰ উপকাৰিতাৰ বিষয়ে জানেনে। আশ্ৰয়দাতা গছত জোকৰ দৰে খামুচি ধৰি নিজৰ মূল কাণ্ড বাঢ়ি যায় । এসময়ত এই লতাৰ মূল কাণ্ড বিচাৰি পোৱা নাযায় । বসন্ত আৰু গ্ৰীষ্ম ঋতুত ইয়াৰ বগা ৰঙৰ ফুল ফুলে আৰু গুটি হয় ।

আকাশী লতাৰ গুটি আৰু কাণ্ড ঔষধি গুণ বিশিষ্ট। পিত্তজনিত ৰোগত ইয়াৰ কোমল লতা পিচি ৰস খাব পাৰি। কটা- চিঙাত এই লতা মোহাৰি ৰস দিলে তৎক্ষণাত কাম দিয়ে। ইয়াৰ গুটি কৃমি নাশক আৰু পেটৰ বায়ু নাশক। আনহাতে জণ্ডিছ, পক্ষাঘাত, মাংসপেশীৰ বিষ আৰু যকৃতৰ ৰোগত আকাশীলতা মহৌষধ স্বৰূপ।

Leave A Reply