Breaking

এজাক বৰষুণত গুৱাহাটী মহানগৰীৰ দুৰৱস্থা…

0 96

কিছুদিনৰ পৰা অতিমাত্ৰা গৰম আছিল সমগ্ৰ অসমত ।

এই গৰমৰ বাবে বহুলোকৰ বেমাৰ হোৱা স্বাস্থ্যৰ বিভাগে জনাইছিল।

কিন্তু আজি ৰাতিপুৱা গুৱাহাটী মহানগৰীত ৰ’দ দিছিলে যদিও হঠাৎ এজাক বৰষুণ আহিল ১২বজাৰ পাছত তাৰপাছতে বৰষুণৰ ফলত মহানগৰীৰ বহু ঠাই পানীত বুৰ যায় ।

Leave A Reply