Breaking

ঘোষণা হ’ল ২০২৪বৰ্ষৰ গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী,বিহুৰাণী,বিহুকুঁৱৰী প্রতিযোগিতাৰ ফলাফল ! ধেমাজিৰ শিৰোশ্ৰী শইকীয়াই লাভ কৰে বিহু সম্ৰাজ্ঞীৰ খিতাপ…

0 29

ঘোষণা হ’ল ২০২৪বৰ্ষৰ গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী,বিহুৰাণী,বিহুকুঁৱৰী প্রতিযোগিতাৰ ফলাফল । ধেমাজিৰ শিৰোশ্ৰী শইকীয়াই লাভ কৰে বিহু সম্ৰাজ্ঞীৰ খিতাপ।

বিহু সম্ৰাজ্ঞী খিতাপত আছে ১ লাখ টকা, ১০ গ্ৰাম সোণসহ বহু পুৰস্কাৰ। ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁইয়ে লাভ কৰিছে বিহুৰাণীৰ খিতাপ। ডিব্ৰুগড়ৰ ৰিতুপৰ্ণা দাসে লাভ কৰিছে বিহু কুঁৱৰীৰ খিতাপ।

শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰিছে চিৰঞ্জীৱ বৰ্মনে। শ্ৰেষ্ঠ পেঁপুৱাৰ সন্মান লাভ কৰিছে যদুমণি গগৈয়ে। শিৰোশ্রীক পুৰস্কাৰ হিচাপে নগদ ১ লাখ টকা, ১০ গ্রাম সোণৰ মুদ্রাৰ লগতে এটা ৰেফ্ৰিজাৰেটৰ, এটা ৱাচিং মেচিন, এটা টিভি প্ৰদান।

Leave A Reply