Breaking

দিনটোৰ দ্বিতীয় ফান্দ! উৎকোচ লৈ হাত দাঙিলে আন এজন আৰক্ষী বিষয়াই

0 164

পুনৰ উৎকোচ লৈ হাত দাঙিলে আন এজন আৰক্ষী বিষয়াই।

হাতে-লোটে গ্ৰেপ্তাৰ উপ-পৰিদৰ্শক মেৰাফত আলীক। লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ SI মেৰাফত আলী।

দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াজনক। অপৰাধীক মুকলি কৰি দিয়াৰ নামত লৈছিল ধন।

Leave A Reply