Breaking

কুৰুৱাৰ আও পুৰণি জাহাজক লৈ উত্তপ্ত পৰিস্থিতি

0 2,028

মাজুলীত সংঘটিত মৰ্মান্তিক ঘটনাৰ পিছতে এতিয়া দৰঙ জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত কুৰুৱাৰ আও পুৰণি জাহাজক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে । দীৰ্ঘদিনীয়া দাবীৰ অন্তত কুৰুৱা বাসীক এখন নতুন জাহাজ  প্ৰদান কৰা হৈছিল যদিও পুনৰ মাজুলীলৈ উক্ত জাহাজখন স্থানান্তৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পিছতে আজি  পুৱাৰ ভাগত উক্ত জাহাজঘাটত কুৰুৱাৰ স্থানীয় লোকৰ উপৰিও আছু গোটৰ জৰিয়তে আবদ্ধ কৰা হয় এখন যাত্ৰী ভৰ্তি জাহাজ। ইয়াৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জাহাজঘাটত। কুৰুৱাৰ পৰা গুৱাহাটীলৈ যোৱা এই জাহাজখনত নাই কোনোধৰণৰ অত্যাধুনিক লাইফ জেকেত এই দাবী কুৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ।

Leave A Reply