লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ…

লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ। পৃথকে পৃথকে ১৪ লোকসভা সমষ্টিত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন উপলক্ষে ১৯ এপ্ৰিলত স্থানীয় বন্ধ। ৫ লোকসভা সমষ্টিৰ ক্ষেত্ৰত হ’ব প্ৰযোজ্য।

১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাটত নিৰ্বাচন। ২৬ এপ্ৰিল আৰু ৭ মে’ৰ বাবেও অনুৰূপ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ।

Related Articles