Breaking

ৰাজ্যিক কাৰাটে প্ৰতিযোগিতালৈ ৰঙিয়াৰ বৃহৎ দল

0 2,045

গুৱাহাটীস্থ দেশভক্ত তৰুণৰাম ফুকন ইন্দ’ৰ ষ্টেডিয়ামত অহা ২০ আৰু ২১ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া আগন্তুক অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতালৈ ৰঙিয়া জিলা কাৰাটে সন্থাই ১০০ জনীয়া এটি বৃহৎ দল প্ৰেৰণ কৰিব ৷তথ্য অনুসৰি এই প্ৰতিযোগিতাখন চাব জুনিয়ৰ কেডেট ,জুনিয়ৰ আৰু ছিনিয়ৰ দুয়োটা শাখাত অনুষ্ঠিত হব ৷ দলটোৰ মেনেজাৰ যতিন মেচ্‌ আৰু প্ৰশিক্ষক দুদুল শালৈ উপস্থিত থাকিব বুলি ৰঙিয়া জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক মাজহাৰুল ইছলামে জানিবলৈ দিয়ে ৷

Leave A Reply