August 5, 2024 মুষলধাৰ বৰষুণত বুৰিল গুৱাহাটী মহানগৰৰ ৰাজপথ… Share FacebookTwitterWhatsAppTelegramKooEmail দিনতেই অন্ধকাৰময় পৰিৱেশ গুৱাহাটীত। মুষলধাৰ বৰষুণত মহানাগৰিকৰ হাহাকাৰ। আনহাতে জিলাই জিলাই জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট। এই দৃশ্য হৈছে চানমাৰি ৰাজপথৰ। এজাক বৰষুণতে এবুকু পৰ্যন্ত বানপানী চানমাৰি পথত। Author: দৈনন্দিন বাৰ্তা Related Articles সদৌ গুৱাহাটী মহানগৰ চুতীয়া ছাত্ৰ সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন দৈনন্দিন বাৰ্তা - October 8, 2026 এয়াৰটেলৰ সকলো পোষ্টপেইড প্লেনত বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিং সেৱা প্ৰদান । Airtel দৈনন্দিন বাৰ্তা - October 8, 2026 পৰ্দাৰ নায়কৰ পৰা বাস্তৱ জীৱনৰ সৈনিকলৈ—নানা পাটেকাৰৰ সেনা জীৱনৰ অজানা কাহিনী । Nana Patekar দৈনন্দিন বাৰ্তা - October 8, 2026